World Malaria Day is an international observance commemorated every year on 25 April and recognizes global efforts to control malaria. Theme for 2022 is “Harness innovation to reduce the malaria disease burden and save lives.” It is organised by the World Health Organization.
প্ৰতি বছৰে ২৫ এপ্ৰিলত আন্তৰ্জাতিক ভাবে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় । এই দিবসত মেলেৰিয়া নিয়ন্ত্ৰণৰ বিশ্বব্যাপী প্ৰচেষ্টাক স্বীকৃতি দিয়ে। ২০২২ চনৰ মেলেৰিয়া দিবসৰ মূল বিষয়বস্তু হৈছে ” নতুন উদ্ভাৱনৰ দ্বাৰা মেলেৰিয়া ৰোগৰ বোজা হ্ৰাস কৰা আৰু জীৱন ৰক্ষা কৰা ।” ইয়াক বিশ্ব স্বাস্থ্য সংস্থাই আয়োজন কৰিছে।
Which mosquito carries the parasite of Malaria? a. Female Aedes Aegypti b. Male Aedes Aegypti b. Female Anopheles c. Male Anopheles Answer: b. Female Anopheles
কোনটো মহে মেলেৰিয়াৰ পৰজীৱী কঢ়িয়াই আনে? ক. মহিলা এডিছ ইজিপ্টাই খ. পুৰুষ এডিছ ইজিপ্টাই গ. মহিলা এনোফিলচ ঘ. পুৰুষ এনোফিলচ উত্তৰ: খ. মহিলা এনোফিলচ
Which of the following is used in the treatment of malaria? a. Aspirin b. Quinine c. Hydroxychloroquine d. Paracetamol Answer: b. Quinine