SOME VERY IMPORTANT PERSONALITIES OF ASSAM
Omeo Kumar Das
- Popularly known as Lok Nayak (leader of people)
- He took part in the Partition of Bengal movement, Non-cooperation movement and the Civil Disobedience Movement.
- He was a member of the Assam Legislative Assembly and the Constituent Assembly in 1937 and 1945.
- He translated Gandhiji’s autobiography, ‘The Story Of My Experiments with Truth’ into Assamese (Mor Satya Aneshwanar Kahini)
- তেওঁ লোক নায়ক (জননেতা) নামেৰে জনাজাত আছিল।
- তেওঁ বংগ বিভাজন আন্দোলন, অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল।
- তেওঁ ১৯৩৭ আৰু ১৯৪৫ চনত অসম বিধান সভা আৰু সংবিধান সভাৰ সদস্য আছিল।
- তেওঁ গান্ধীজীৰ আত্মজীৱনী ‘The Story Of My Experiments with Truth‘ অসমীয়ালৈ অনুবাদ কৰিছিল (মোৰ সত্য অন্বেষণৰ কাহিনী)