DAY 1
Some most important Assam based questions:
১.অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল-
ক) কামৰূপ
খ) শিৱসাগৰ
গ) বৰপেটা
ঘ) ধুবুৰী
উত্তৰ: খ) শিৱসাগৰ
২. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
ক) লক্ষ্মীনাথ বেজবৰুৱা
খ) পদ্মনাথ গোহাঞিবৰুৱা
গ) হেমচন্দ্ৰ গোস্বামী
ঘ) ৰজনীকান্ত বৰদলৈ
উত্তৰ: খ) পদ্মনাথ গোহাঞিবৰুৱা
৩. অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা
ক) ৩
খ) ৪
গ) ৫
ঘ) ৭
উত্তৰঃ ঘ) ৭
৪. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং
ক) ৪
খ) ৫
গ) ৬
ঘ) ৭
উত্তৰ: গ) ৬
৫. নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে
ক) কলিয়াবৰ
খ) তেজপুৰ
গ) বঙাইগাঁও
ঘ) যোগীঘোপা
উত্তৰ: ঘ) যোগীঘোপা
৬. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
ক) বিষ্ণুৰাম মেধি
খ) তৰুণ ৰাম ফুকন
গ) গোপীনাথ বৰদলৈ
ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ: গ) গোপীনাথ বৰদলৈ
৭. অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল?
ক) গোবৰ ৰোজা
খ) চুটানফা
গ) পুৰন্দৰ সিংহ
ঘ) যোগেশ্বৰ সিংহ
উত্তৰ: গ) পুৰন্দৰ সিংহ
৮. কিমান চনত ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল
ক) ১৮০২
খ) ১৮২৬
গ) ১৮৩০
ঘ) ১৮৩২
উত্তৰ: খ) ১৮২৬
৯. নিম্নলিখিত কোনখন প্ৰথম অসমীয়া উপন্যাস?
ক) মিৰিজীয়ৰী
খ) পদুম কুঁৱৰী
গ) ভানুমতী
ঘ) সুধৰ্মাৰ উপাখ্যান
উত্তৰ: গ) ভানুমতী
১০. কোনখন আলোচনীখনত প্ৰথমবাৰৰ বাবে ৰাজ্যিক সংগীত "অ' মোৰ আপোনাৰ দেশ" প্ৰকাশিত হৈছিল?
ক) বাঁহী
খ) জোনাকী
গ) সুৰভি
ঘ) জোনবিৰি
উত্তৰ: ক) বাঁহী
১১. প্ৰথমখন অসমীয়া আলোচনী অৰুণোদই প্ৰকাশ পায়
ক) ১৮৩৬
খ) ১৮৪৬
গ) ১৮৭২
ঘ) ১৮৮২
উত্তৰ: খ) ১৮৪৬
১২. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন?
ক) হলিৰাম ডেকা
খ) প্ৰণৱ কুমাৰ বৰুৱা
গ) আনন্দৰাম বৰুৱা
ঘ) পাৰুল দাস
উত্তৰ: গ) আনন্দৰাম বৰুৱা
১৩. এলেকা অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা কোনখন?
ক) বৰপেটা
খ) কাৰ্বি আংলং
গ) শিৱসাগৰ
ঘ) ডিব্ৰুগড়
উত্তৰ: খ) কাৰ্বি আংলং
১৪. কোন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত?
ক) গোলাঘাট
খ) শিৱসাগৰ
গ) কাৰ্বি আংলং
ঘ) ডিব্ৰুগড়
উত্তৰ: গ) কাৰ্বি আংলং
১৫. "হেমকোষ" নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া হৈছে
ক) ডিম্বেশ্বৰ নেওগ
খ) চন্দ্ৰধৰ বৰুৱা
গ) হেমচন্দ্ৰ গোস্বামী
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ: ঘ) হেমচন্দ্ৰ বৰুৱা
১৬. "জ্ঞানপীঠ বঁটা" লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন?
ক) ইন্দিৰা গোস্বামী
খ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
গ) ভূপেন হাজৰিকা
ঘ) হেমচন্দ্ৰ বৰুৱা
উত্তৰ: খ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১৭. অসমৰ মুঠ জিলাৰ সংখ্যা
ক) ২৫
খ) ২৬
গ) ২৭
ঘ) ৩৫
উত্তৰ: ঘ) ৩৫
১৮. হিউয়েন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল?
ক) পুষ্য বৰ্মন
খ) মহেন্দ্ৰ বৰ্মন
গ) ভাস্কৰ বৰ্মন
ঘ) ব্ৰহ্ম পাল
উত্তৰ: গ) ভাস্কৰ বৰ্মন
১৯. কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য স্থাপন কৰিছিল?
ক) ১২৫৩
খ) ১২৭২
গ) ১২৯৬
ঘ) ১৩০৯
উত্তৰ: ক) ১২৫৩
২০. আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
ক) ১৬৫২
খ) ১৬৬৭
গ) ১৬৭০
ঘ) ১৬৭১
উত্তৰ: ঘ) ১৬৭১
২১. প্ৰাচীন কালত অসমক_____নামেৰেও জনা যায়।
ক) কলিয়াবৰ
খ) গুৱাহাটী
গ) প্ৰাগজ্যোতিষপুৰ
ঘ) চৰাইদেউ
উত্তৰ: গ) প্ৰাগজ্যোতিষপুৰ
২২. আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল?
ক) বদনচন্দ্ৰ বৰফুকন
খ) লাচিত বৰফুকন
গ) লাঙ্গি পানীসিয়া বৰফুকন
ঘ) জেউতি বৰফুকন
উত্তৰ: গ) লাঙ্গি পানীসিয়া বৰফুকন
২৩. কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত?
ক) নীলাচল পাহাৰ
খ) চিত্ৰাচল পাহাৰ
গ) সন্ধ্যাচল পাহাৰ
ঘ) যোগিনী পাহাৰ
উত্তৰ: ক) নীলাচল পাহাৰ
২৪. কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়?
ক) ১৯৫০
খ) ১৯৫৫
গ) ১৯৭১
ঘ) ১৯৭৩
উত্তৰ: ঘ) ১৯৭৩
২৫. ______চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয়
ক) ১৯০২
খ) ১৯১২
গ) ১৯১৭
ঘ) ১৯২১
উত্তৰ: গ) ১৯১৭
২৬. ______চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰে
ক) ১৯১৮
খ) ১৯১৯
গ) ১৯২০
ঘ) ১৯২১
উত্তৰ: ঘ) ১৯২১
২৭. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ হৈছে
ক) ইয়াৰুইঙ্মম
খ) বনফুল
গ) অলকানন্দা
ঘ) পিতা পুত্ৰ
উত্তৰ: খ) বনফুল
২৮.প্ৰথমখন অসমীয়া বোলছবি জয়মতী মুক্তি পায় ______চনত।
ক) ১৯২২
খ) ১৯৩৫
গ) ১৯৩৮
ঘ) ১৯৪২
উত্তৰ: খ) ১৯৩৫
২৯. অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়-
ক) ১৩ জানুৱাৰী
খ) ১২ আগষ্ট
গ) ৩০ আগষ্ট
ঘ) ৩ ছেপ্টেম্বৰ
উত্তৰ: ঘ) ৩ ছেপ্টেম্বৰ
৩০. এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই পদক _____ চনত অৰ্জন কৰে
ক) ১৯৬২
খ) ১৯৬৬
গ) ১৯৭৮
ঘ) ১৯৭২
উত্তৰ: খ) ১৯৬৬
৩১. কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল?
ক) ২০০২
খ) ২০০৪
গ) ২০০৫
ঘ) ২০০৭
উত্তৰ: ঘ) ২০০৭
৩২. ______চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়
ক) ১৯৭০
খ) ১৯৭২
গ) ১৯৭৫
ঘ) ১৯৭৭
উত্তৰ: ক) ১৯৭০
৩৩. কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়?
ক) যোৰহাট
খ) শুৱালকুছি
গ) ডিফু
ঘ) ডিগবৈ
উত্তৰ: খ) শুৱালকুছি
৩৪. সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত-
ক) ডিব্ৰুগড়
খ) শোণিতপুৰ
গ) লখিমপুৰ
ঘ) অৰুণাচল প্ৰদেশ
উত্তৰ: খ) শোণিতপুৰ
৩৫. ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ______ত অৱস্থিত।
ক) মাকুম
খ) মৰিয়নী
গ) লেপেটকাটা
ঘ) নগাঁও
উত্তৰ: গ) লেপেটকাটা
৩৬. এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন চহৰত অৱস্থিত?
ক) টংলা
খ) জাগীৰোড
গ) ধুবুৰী
ঘ) তিনিচুকীয়া
উত্তৰ: খ) জাগীৰোড
৩৭. গৌহাটি বিশ্ববিদ্যালয় _____চনত স্থাপিত হৈছিল।
ক) ১৯৩৫
খ) ১৯৪২
গ) ১৯৪৮
ঘ) ১৯৫০
উত্তৰ: গ) ১৯৪৮
৩৮. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
ক) কৃষ্ণকান্ত সন্দিকৈ
খ) হেমচন্দ্ৰ গোস্বামী
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) ৰজনীকান্ত বৰদলৈ
উত্তৰ: ক) কৃষ্ণকান্ত সন্দিকৈ
৩৯. অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা
ক) ১২
খ) ১৩
গ) ১৪
ঘ) ১৬
উত্তৰ: গ) ১৪
৪০. ______চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই 'ৰসৰাজ' সন্মানেৰে সন্মানিত কৰে
ক) ১৯১৭
খ) ১৯২২
গ) ১৯২৮
ঘ) ১৯৩১
উত্তৰ: ঘ) ১৯৩১
৪১. নামঘোষা ৰচনা কৰিছিল
ক) শংকৰদেৱ
খ) মাধৱদেৱ
গ) মাধৱ কন্দলী
ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ: খ) মাধৱদেৱ
৪২. "হালধীয়া চৰায়ে বাওধান খায়" বছৰটোৰ শ্ৰেষ্ঠ কাহিনী চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে---- চনত।
ক) ১৯৮৫
খ) ১৯৮৮
গ) ১৯৯০
ঘ) ১৯৯১
উত্তৰ: খ) ১৯৮৮
৪৩. গিবন বন্যপ্ৰাণী অভয়াৰণ্য ইয়াত অৱস্থিত
ক) চিৰাং
খ) ডিব্ৰুগড়
গ) কোকৰাঝাৰ
ঘ) যোৰহাট
উত্তৰ: ঘ) যোৰহাট
৪৪. "হালধীয়া চৰায়ে বাওধান খায়" বোলছবিখন পৰিচালনা কৰিছিল
ক) ভবেন্দ্ৰ নাথ শইকীয়া
খ) জাহ্নু বৰুৱা
গ) ভূপেন হাজৰিকা
ঘ) মঞ্জু বৰা
উত্তৰ: খ) জাহ্নু বৰুৱা
৪৫. অসম ৰাজ্যৰ দ্বাৰা ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ সামৰি লোৱা হৈছে?
ক) ৩.৩৯%
খ) ২.৩৯%
গ) ৪.৩৯%
ঘ) ২.৯৩%
উত্তৰ: ঘ) ২.৯৩%
৪৬. বৰগীত লিখিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল?
ক) অসমীয়া
খ) সংস্কৃত
গ) বঙালী
ঘ) ব্ৰজাৱলী
উত্তৰ: ঘ) ব্ৰজাৱলী
৪৭. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে
ক) ৭২.১৯%
খ) ৭২.৫৮%
গ) ৭৩.১২ %
ঘ) ৭৩.৯৮ %
উত্তৰ: ক) ৭২.১৯%
৪৮. কোন বছৰত পথৰুঘাটত বিদ্ৰোহ হৈছিল?
ক) ১৮৫৭
খ) ১৮৬৪
গ) ১৮৮৯
ঘ) ১৮৯৪
উত্তৰ: ঘ) ১৮৯৪
৪৯. স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?
ক) বিষ্ণুৰাম মেধি
খ) গোপীনাথ বৰদলৈ
গ) তৰুণৰাম ফুকন
ঘ) মণিৰাম দেৱান
উত্তৰ: গ) তৰুণৰাম ফুকন
৫০. নৰনাৰায়ণৰ শাসনকালত নিৰ্মাণ কৰা গোহাঁই কমল আলি আছে-
ক) ঢেকিয়াজুলিৰপৰা ধুবুৰীলৈ
খ) কোচবেহাৰৰপৰা নাৰায়ণপুৰলৈ
গ) গুৱাহাটীৰপৰা গোৱালপাৰালৈ
ঘ) কালিয়াবৰৰ পৰা গোৱালপাৰালৈ
উত্তৰ: খ) কোচবেহাৰৰপৰা নাৰায়ণপুৰলৈ